আপুনি অসম চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিছে নেকি ? যদি আপুনি অসম চৰকাৰৰ চাকৰিত আবেদন কৰিছে বা কৰিবলৈ বিচাৰে, তেন্তে আপুনি অসমীয়া টাইপিং জনাটো অতিকে আৱশ্যকীয় । এই ৱেবচাইটখন বিশেষকৈ তেওঁলোকৰ বাবে তৈয়াৰ কৰা হৈছে, যিসকলে ইংৰাজী কী বোৰ্ড ব্যৱহাৰ কৰি সহজভাৱে অসমীয়াত টাইপ কৰিবলৈ বিচাৰে। কাৰণ চৰকাৰী চাকৰিৰ অধিকাংশ পদৰ বাবে অসমীয়া টাইপিং টেষ্ট দিব লগীয়া হয়। ভাল টাইপিং মানে কেৱল দ্ৰুত গতিৰ লিখা নহয়। নিশ্চয়, দ্ৰুত টাইপ কৰিব লাগে, কিন্তু সঠিকতাও একেদৰে প্ৰয়োজন। অসমৰ বহু চৰকাৰী চাকৰিত (WPM) প্ৰতি মিনিটত ২৫-৩০ টা শব্দ প্ৰায় ৯৫% ভুল নোহোৱাকৈ টাইপ কৰিব লাগে। এইটো একেবাৰে অসম্ভৱ নহয়, কিন্তু তাৰ বাবে নিয়মীয়া অভ্যাসৰ প্ৰয়োজন হয়।
Typing Practice
New to Assamese Typing? Start with Step-by-Step Training Lessons!
Learn which key to press for every letter, matra, and Yuktakkhor (যুক্তাক্ষৰ) with interactive visual keyboard guides.
আমাৰ গাঁওখন প্ৰকৃতিৰ এক ধুনীয়া উপহাৰ
পৰিৱেশ আৰু আমাৰ জীৱন
আহোম সাম্ৰাজ্যৰ ইতিহাস
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
বিহু অসমৰ জাতীয় উৎসৱ
Why Assamese Typing Practice is Essential for Assam Government Job
Frequently Asked Questions (FAQs)
How can I practice Assamese typing online for free?
You can practice Assamese typing online directly on this page without downloading any software. Choose from 60 timed practice modules across Easy, Medium, and Hard difficulty levels, write in Assamese script, and receive real-time WPM speed and accuracy metrics.
Which Assamese typing font and layout are used in these tests?
Our typing practice system supports standard Unicode Assamese fonts and standard keyboard layouts including Unicode Inscript layout and phonetic English-to-Assamese typing.
Are these typing practice modules suitable for Assam Govt competitive recruitment exams?
Yes, all practice passages follow standard evaluation rules (5 keystrokes = 1 word) as required in Assam Government computer skill tests (such as APSC, SLPRB, and District Judiciary typing exams).
How is Net WPM (Words Per Minute) calculated?
Gross WPM is calculated as (Total Keystrokes / 5) divided by test duration in minutes. Net WPM subtracts uncorrected errors to provide an accurate measure of net speed.