বিহু অসমৰ জাতীয় উৎসৱ (Test - 06)

10:00
অসম উত্তৰ-পূব ভাৰতৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য। ইয়াত প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰ নদ আৰু চাহ বাগিচাসমূহ সমগ্ৰ বিশ্বতে বিখ্যাত। অসমৰ অৰ্থনীতি ঘাইকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যখনৰ প্ৰধান খেতি হৈছে ধান, মৰাপাট, চাহ আৰু সৰিয়হ। ইয়াৰ উপৰিও অসমত প্ৰচুৰ পৰিমাণে খনিজ সম্পদ পোৱা যায়, যিবোৰৰ ভিতৰত খাৰুৱা তেল, কয়লা আৰু প্ৰাকৃতিক গেছ প্ৰধান। অসমৰ কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত।
AssameseTyping.com
Test Setting
Text Size Adjust passage & input font size
18px
Full Screen Mode Focus mode without distractions
Show/Hide Keyboard Toggle on-screen InScript keyboard
Backspace Options Set backspace restriction for exam practice
Highlight Options Set passage text highlighting mode