আমাৰ গাঁওখন প্ৰকৃতিৰ এক ধুনীয়া উপহাৰ (Test - 02)

10:00
আমাৰ গাঁওখন প্ৰকৃতিৰ এক ধুনীয়া উপহাৰ। গাঁৱৰ চাৰিওফালে সেউজীয়া পথাৰ, গছ-গছনি আৰু নৈ-বিলবোৰে এক মনোৰম পৰিৱেশৰ সৃষ্টি কৰে। খেতিয়কসকলে পুৱাৰ পৰা গধূলিলৈকে পথাৰত কষ্ট কৰি সোণালী ধান উৎপন্ন কৰে। গাঁৱৰ মানুহবোৰৰ সৰলতা আৰু একতা সঁচাকৈয়ে প্ৰশংসনীয়। ধৰ্মীয় আৰু সামাজিক উৎসৱ-পাৰ্বণসমূহে গাঁৱৰ প্ৰত্যেকজন লোকক একত্ৰিত কৰে।
AssameseTyping.com
Test Setting
Text Size Adjust passage & input font size
18px
Full Screen Mode Focus mode without distractions
Show/Hide Keyboard Toggle on-screen InScript keyboard
Backspace Options Set backspace restriction for exam practice
Highlight Options Set passage text highlighting mode