পৰিৱেশ সংৰক্ষণ বৰ্তমান সময়ত অতিকে গুৰুত্বপূৰ্ণ বিষয়। গছ-গছনি কটাৰ ফলত বায়ুমণ্ডলত উষ্ণতা বৃদ্ধি পাইছে আৰু গ্ল’বেল ৱাৰ্মিংৰ দৰে ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। নদীৰ পানী প্ৰদূষিত হোৱাৰ ফলত জলচৰ প্ৰাণীবোৰ বিপদাপন্ন হৈ পৰিছে। প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰা, গছ ৰোপণ কৰা আৰু পৰিৱেশ পৰিষ্কাৰ ৰখাটো আমাৰ প্ৰত্যেকৰে নৈতিক কৰ্তব্য।
AssameseTyping.com